This browser does not support the video element.
পূব যোৰহাট: চিনামৰাৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নগৰৰ মাজেৰে মটৰ চাইকেল ৰেলী অনুৰাগীৰ
Jorhat East, Jorhat | Sep 22, 2025
চিনামৰাৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই নগৰৰ মাজেৰে মটৰ চাইকেল ৰেলী অনুৰাগীৰ। জুবিন দা বিহীন অসম কল্পনা কৰা নাই কোনেও । অসম বাসীয়ে ভাবিব নোৱাৰে জুবিন দা বিহীন সংগীতানুষ্ঠান। কিন্তু নিষ্ঠুৰ নিয়তিয়ে কম সময়তে কাঢ়ি লৈ গল অসমৰ ৰাইজৰ হিয়াৰ আমঠো, নয়নৰ মণি জুবিন গাৰ্গক । শোকত এতিয়া ভাগি পৰিছে ৰাজ্য বাসী । উজাগৰি নিশা কতাইছে অনুৰাগীয়ে ।