This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো বিধায়ক উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে
Mankachar, South Salmara-Mankachar | Jul 5, 2025
শনিবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো বিধায়ক উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে । আজি অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত দক্ষিন শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাজনো কংগ্ৰেছৰ বিধেয়কে ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰ-প্ৰশাসনে উচ্ছেদ কৰা কাৰ্য্যত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি ৰাজভৱনত ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।