Download Now Banner

This browser does not support the video element.

মানকাচৰ: ওৱাহাব বজাৰত গৰা খহনীয়াৰ তাণ্ডৱ,নৈত জাহ যায় ওৱাহাৱ বজাৰ তিনি আলি

Mankachar, South Salmara-Mankachar | Jun 28, 2025
ওৱাহাব বজাৰত গৰা খহনীয়াৰ তাণ্ডৱ,নৈত জাহ যায় ওৱাহাৱ বজাৰ তিনি আলি। লুইতৰ প্ৰচণ্ড গৰা খহনীয়াৰ ফলত বিভিন্ন ঠাইলৈ সংযোগ স্থাপন কৰা ওৱাহাৱ বজাৰ তিনি আলি মূল পথ নৈৰ বুকুত জাহ যায়। যাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে।কোনোমতে পথটোৰ কাষৰে বিপদ সংকুল ভাবে যাতায়ত অব্যাহত আছে। বৰ্তমানলৈকে কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই বিভাগৰ লগতে জন প্ৰতিনিধি সকলে।
Read More News
T & CPrivacy PolicyContact Us