বাদুলি পাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা। বাইক আৰু চাৰি চকিয়া বাহনৰ সংঘৰ্ষ।কথমপি প্ৰাণ ৰক্ষা চাৰি জন লোক l দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা l তীব্ৰ বেগত থকাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে l ঘটনা স্থলীত দেৰগাঁৱ আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত সকলক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে বাহন দুখন জব্দ কৰি থানালৈ লৈ যাই।