This browser does not support the video element.
চেঙা: বালিধৰী চৰত বালিধৰী প্ৰাথমিক বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে
Chenga, Barpeta | Sep 6, 2025
চেঙা সমষ্টিৰ দক্ষিণ গোধুনী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিধৰী চৰত ৪ লাখ টকা ব্যয়েৰে বালিধৰী প্ৰাথমিক বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শনিবাৰে শুভাৰম্ভ কৰা হয়। বালিধৰী প্ৰাথমিক বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে ৷ বিদ্যালয় ভৱনৰ নিৰ্মাণৰ ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি মন্তব্য কৰে বিধায়ক আশ্ৰাফুল হুছেইনে ৷