Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: ঝাৰবিষপানী কালী মন্দিৰ প্ৰাঙ্গণত নাট ভৱন নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়

Bijni Part, Chirang | Aug 21, 2025
আজি চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰবিষপানী কালী মন্দিৰ প্ৰাঙ্গণত নাট ভৱন নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠিত হয় ,আজিৰ এই ভূমি পূজনত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সম্পাদক অজয় কুমাৰ ৰায়, দলীয় বিষয় ববিয়া, মন্দিৰ পৰিচালনা সমিতিৰ বিষয় ববিয়া সহ স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us