This browser does not support the video element.
নগাঁও: নগাঁও নগৰ শাখাৰ আৰক্ষীৰ বৃহৎ সফলতা, নিচাজাতীয় সামগ্ৰী সহ দুজন সৰবৰাহকাৰী আটক
Nagaon, Nagaon | Sep 23, 2025
নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান অব্যাহত নগাঁও আৰক্ষীৰ। এইবাৰ নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান নগৰ শাখাৰ আৰক্ষীৰ, অভিযানত বুজন পৰিমাণৰ cough syrup আৰু নিচাজাতীয় টেবলেট সহ দুজন কৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । উল্লেখ্য যে AS-02 J - 2092 নম্বৰৰ চৰিচকীয়া বহনত পুৰণি গুদাম চলচলী অভিমুখে আহি থকা অৱস্থাত জাচিংফাৰ সমীপত নগাঁও নগৰ শাখাৰ আৰক্ষীয়ে অভিযান চলাই ৪৮ টা cough syrup আৰু ২১৬ টা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়