Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: বিহপুৰীয়াৰ পিঠাগুৰিত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ ৷ আজি পুৱা পতাকা উত্তোলনৰ পিছত ১২ বজাত মহিলাৰ থিয় নাম পৰিৱেশন ৷

Bihpuria, Lakhimpur | Mar 28, 2024
বিহপুৰীয়াৰ পিঠাগুৰিত আজিৰ পৰা লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশন আৰু ভাওনা সমাৰোহ ৷ লখিমপুৰ জিলা ভাওনা শিল্পী সমাজ আৰু বৈদিক বৈষ্ণৱ মহাসভা লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত, পথালিপাহাৰ আঞ্চলিকৰ সহযোগত, পিঠাগুৰি মাজগাঁৱৰ আতিথ্যত চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন আৰু ভাওনা সমাৰোহ-২০২৪ অনুষ্ঠান ভাগি জিলা খনৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতাত পিঠাগুৰি মাজগাৱঁৰ নামঘৰ আৰু প্ৰাঙ্গনত চাৰিদিনীয়া কায্যসূচীৰে অনুষ্ঠিত হৈছে ।
Read More News
T & CPrivacy PolicyContact Us