Download Now Banner

This browser does not support the video element.

হোজাই: চাৰিংপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগমৰ স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ,হোজাই থানাৰ পৰা আদালতলৈ প্ৰেৰণ

Hojai, Hojai | Aug 31, 2025
বিন্নাকান্দিৰ চাৰিং পথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগমৰ স্বামীক গ্ৰেপ্তাৰ।চাৰিং পথাৰৰ চাঞ্চল্যকৰ আকমল হুছেইন হত্যাৰ অভিযোগত মামুন ৰচিদক যোৱাকালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা মামুন ৰচিদক আৰক্ষীয়ে দিনৰ প্ৰায় ৩বজাত শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত প্ৰেৰণ কৰে।উল্লেখ্যে যে আকমল হুছেইন নামৰ এজন লোক চিপজুৰি লৈ থকা অৱস্থাত ১৯ জুনত উদ্ধাৰ হৈছিল মোৰাঝাৰৰ চাৰিংপথাৰত৷তাৰ পিছতেই পৰিয়ালৰ লোকে আকমলক হত্যা কৰি আত্মহত্যাৰ ৰুপ দিয়াৰ অভিযোগ তুলি তেওঁৰ পত্নী আয়াৰুন নেছাই মোৰাঝ
Read More News
T & CPrivacy PolicyContact Us