Download Now Banner

This browser does not support the video element.

মানকাচৰ: কোকৰাডাঙাত গঢ়া খহনীয়াৰ প্ৰতিৰোধৰ বাবে আৰাম্ভ কৰিছে জিঅ টিউবৰ কাম, উপস্থিত জিলা জল সম্পদ বিভাগৰ অভিযন্তা

Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে সন্ধিয়া আনুমানিক ৭:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে আৰাম্ভ কৰিছে জিঅ টিউবৰ কাম। ইতিমধ্যে JCB লগাই কোকৰাডাঙা সীমান্ত পথৰ কাষত জিঅ টিউবৰ কামৰ বাবে প্ৰকাণ্ড গাত খান্দিবলৈ আৰাম্ভ কৰিছে। মন কৰিব লগীয়া যে কোকৰাডাঙা সীমান্ত অঞ্চলত জাৰি কৰিছে সান্ধ্য আইন। সাধাৰণ লোক তথা বাহন সমূহৰ চলাচল বন্ধ কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us