Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীৰ কোকৰাডাঙাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া, জলসম্পদ বিভাগে ততক্ষানিক ভাবে প্ৰতিৰোধৰ চেষ্টা
Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে নিশা আনুমানিক ১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া বাবে আতংকিত হৈছে কোকৰকডাঙা অঞ্চলৰ ৰাইজে। ততক্ষানিক ভাবে জল সম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথ ভাবুকিত পৰাত আতংকত ভুগিব লগীয়া হৈছে। বৰ্তমান ঘটনাস্হলিত আৰক্ষী আৰু জল সম্পদ বিভাগৰ বিষয়া সকল উপস্থিত আছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!