Download Now Banner

This browser does not support the video element.

মানকাচৰ: চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত

Mankachar, South Salmara-Mankachar | Jun 29, 2025
দেওবাৰে চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত হোৱা আলোচনা সভা আবেলি ৪ বজাত সামৰণি পৰে আজি নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাকুটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এইবেলি গাঁও পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰী,পঞ্চায়ত সচিব,সদস্য সদস্যা আৰু গাঁও পঞ্চায়তৰ বিভিন্ন ইউনিটৰ পৰা অহা জেষ্ঠ মুৰব্বী,মুখিয়াল ব্যক্তি,শিক্ষক সমাজ, সচেতন ৰাইজ আৰু সৰ্ব সাধাৰণ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us