Download Now Banner

This browser does not support the video element.

বাঘবৰ: কলগাছিয়াৰ বালিকুৰিত চোৰ আটক, চুৰি কৰিবলৈ গৈ ধৰা পৰি ৰাইজে উত্তম মাধ্যম সোধায় গতাই দিয়ে আৰক্ষীক

Baghbor, Barpeta | Sep 10, 2025
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিত বুধবাৰে দিন দূপৰতে চোৰ আটক হয়। জানিব পৰা মতে বালিকুৰি গাৱঁৰ গনি তালুকদাৰৰ ঘৰত দিনৰ ভাগত কোনেও নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰি কৰিবলৈ ঘৰত সোমায়। পিছে ঘৰৰ গৰাকীয়ে ঘৰত আহি চোৰৰ চুৰি কাণ্ড মনে মনে প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক খবৰ দি হাতে লোটে আটক কৰে। পিছে ৰাইজে উত্তম মাধ্যম সোধায় গতাই দিয়ে আৰক্ষীক।
Read More News
T & CPrivacy PolicyContact Us