Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: চাবুৱা বায়ুসেনা ষ্টেচনত নিয়োজিত ডেৰশ থলুৱা শ্ৰমিকক ছাটাই, সদৰত আঞ্চলিক শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ ঠিকাদাৰ শ্ৰমিক সন্থাৰ
Dibrugarh East, Dibrugarh | Aug 21, 2025
থলুৱা শ্ৰমিকক ছাটাই কৰাৰ পৰিকল্পনা কৰিছে চাবুৱা বায়ুসেনা ষ্টেচনে। ঠিকাদাৰৰ অধীনত কৰ্মৰত ঠিকাদাৰী শ্ৰমিকক কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ বৰ্খাস্ত কৰিবলৈ চলোৱা পৰিকল্পনাৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম ঠিকাদাৰ শ্ৰমিক সন্থা। আজি বৃহস্পতিবাৰে বিয়লি ৪ বজাত ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি থলুৱা শ্ৰমিকক ছাটাইৰ বাবে লোৱা সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!