This browser does not support the video element.
তিনিচুকীয়া: ৰাজগড় আলি চাহ বাগিছাৰ মূলপথটো আধাতে নিৰ্মাণ কাৰ্য সামৰাত ,অঞ্চলৰ ৰাইজৰ সমস্যাৰ সৃষ্টি #jansamasya
Tinsukia, Tinsukia | Aug 31, 2025
অসম চৰকাৰে চাহ বাগিছা ৰাইজৰ উন্নয়নৰ নামত প্ৰদান কৰা পকী পথ আধাতে নিৰ্মাণ কাৰ্য সামৰিলে নিৰ্মাণ কাৰ্যৰ দায়িত্ব থকা লোকে। শিল-বালি চটিয়াই বিগত দুটা বছৰে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছে মাকুম ৰাজগড় আলি চাহ বাগিছাৰ মূলপথটো। পথটো আধাতে নিৰ্মাণ কাৰ্য বন্ধ হবলৈ ধৰাত বাগিছা খনৰ ৰাইজে,চিকিৎসালয়লৈ ৰোগী অনা নিয়া কৰা , আদর্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।