Install App
dayal5070
This browser does not support the video element.
মানকাচৰ: কংগ্ৰেছ দলৰ এটা সঁজাতি দলে ওৱাহাৱ বজাৰৰ গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে
Mankachar, South Salmara-Mankachar | Jul 6, 2025
দেওবাৰে কংগ্ৰেছ দলৰ এটা সজাতি দলে ওৱাহাৱ বজাৰৰ গৰা খহনীয়া ঠাই পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে। ওৱহাব বজাৰত দিনক দিনে বৃদ্ধি পাইছে গৰা খহনীয়াৰ তাণ্ডৱ । আজি কংগ্ৰেছ দলৰ এটা সজাতি দলে ওৱাহাৱ বজাৰৰ গৰা খহনীয়াৰ ঠাইত উপস্থিত হয় আৰু ঠাই খিনি পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!