This browser does not support the video element.
বৰপেটা: অগপৰ জিলা কাৰ্যালয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰয়ৰ মন্তব্য আমি দাবী কৰা মতে টিকট পালে বিষমবাদ কিয় হব
Barpeta, Barpeta | Jul 30, 2025
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, বৰপেটা জিলা সমিতি গঠনাৰ্থে বুধবাৰে বৰপেটা জিলা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত চেঙা সমষ্টিৰ যুৱক আব্দুৰ ৰহমানে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। সভাত অংশ লৈ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক ভূপেন ৰয়ে সাংবাদিকৰ আগত কয় যদি আমি বিচৰামতে টিকট পাও, তেনেহলে বিষমবাদ কিয় হব? আমাৰ নেতা-কৰ্মী সকলে সাংগঠনিকভাৱে বহুত কটকটীয়া কাম কৰিছে। আমি নিৰ্বাচন খেলাৰ মনত সিদ্ধান্ত লৈছোঁ।