Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: প্ৰধানমন্ত্ৰীৰ দৰং ভ্ৰমণৰ বাবে তেজপুৰৰ পৰা বাইহাটালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে

Mangaldoi Part, Darrang | Sep 13, 2025
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৪ ছেপ্টেম্বৰত মঙলদৈ চহৰৰ সমীপৰ বঙলাগড় ব্লক চ’কত লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিশাল সমাৱেশৰ বাবে, দৰং আৰক্ষীয়ে ১৩ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা ১৪ ছেপ্টেম্বৰৰ মাজনিশালৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি সকলো গধুৰ বাণিজ্যিক বাহনৰ বাবে বন্ধ ঘোষণা কৰিছে।বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ আৰু আগলৈ যাত্ৰা কৰা লঘু বাহনসমূহক আউলাচৌকা - জনাৰামচৌকা - ইছলামপুৰ - কৰিম চ’ক - তেলীপাৰা হৈ কেৰিমেৰী চ’কত ১
Read More News
T & CPrivacy PolicyContact Us