This browser does not support the video element.
মানকাচৰ: নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন
Mankachar, South Salmara-Mankachar | Jun 25, 2025
নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বুধবাৰে ৩ খন গাঁও পঞ্চায়তৰ সভাপতি গঠন নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য সদস্যা সকলৰ মাজত সভাপতি গঠন কৰি শপত গ্ৰহণ কৰা হয় নৱ নিৰ্বাচিত সভাপতি সকলক সমৰ্থক সকলে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণী জনায়।