This browser does not support the video element.
ডুমডুমা: ডুমডুমা ফিল'বাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত ,প্ৰায় তিনিশ লোকৰ চকু পৰীক্ষা কৰা হয় উক্ত শিবিৰত
Doom Dooma, Tinsukia | Aug 23, 2025
লাইন্স ক্লাব, ডিগবৈ তথা অন্ধতা নিবাৰণ সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জেষ্ঠ নাগৰিক সন্মিলন ফিল'বাৰী শাখা সমিতিৰ সৌজন্যত শনিবাৰে ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন হৈ যায় ৷ ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফিল'বাৰী অঞ্চলত বহু দিনৰে একাংশ দৰিদ্ৰ ৰাইজে বিভিন্ন চকুৰ সমস্যাত ভুগি আছিল৷ এই সময়তে সদৌ অসম জেষ্ঠ নাগৰিক সভা ফিল'বাৰী শাখা সমিতিৰ তৎপৰতাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ।