Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: বৰদৌলগুৰি কবেইচুবা গাওঁত দিন দুপৰতে চোৰে চোৰ কৰি নিলে সোনৰ আ-অলংকাৰ সহ প্ৰায় ৩ লাখ মান টকাৰ সামগ্ৰী
Mangaldoi Part, Darrang | Sep 10, 2025
বৰদৌলগুৰি -কবেইচুবা গাঁৱৰ ৰুবুল হুছেইন (ধনৰাজ) ৰ ঘৰত বুধবাৰে দিনৰ কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰ সোমাই নগদ ৩০ হাজাৰ টকা আৰু সোনৰ অলংকাৰ পাতি লৈ যায়। বুধবাৰে আবেলি ৫ মান বজাত ঘৰত পৰিয়ালৰ লোক উপস্থিত হোৱাত এই চুৰি কাণ্ড দৃশ্য প্ৰত্যক্ষ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!