Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ লিডুত জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত সূতা বিক্ৰীৰ ভঁৰালৰ শুভ উদ্বোধন
Margherita, Tinsukia | Sep 12, 2025
মাৰ্ঘেৰিটা ইথেনিক টেক্সটাইলৰ সূতা বিক্ৰীৰ ভঁৰাল এটা আজি শুকুৰবাৰে লিডুত শুভ উদ্বোধন কৰা হয়। লিডুৰ উদ্যমী মহিলা তথা অসম গৌৰৱ বঁটা প্ৰাপক বৰষা গগৈৰ লিডু স্থিত প্ৰতিষ্ঠান "বৰষা এণ্টাৰপ্ৰাইজত আজি সূতা বিক্ৰীৰ ভঁৰালটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। সূতা বিক্ৰীৰ ভঁৰালটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!