Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত, দুজন লোকক আটক

Srijangram, Bongaigaon | Aug 6, 2025
বঙাইগাঁও জিলাৰ খগৰপুৰৰ মহাৰাণী মন্দিৰত চুৰিকাণ্ড । নিশা চুৰে মন্দিৰৰ টলা ভাঙি লুট-পাত চলোৱাৰ লগতে কাৰ্যালয়টো লণ্ডভণ্ড কৰে ।মন্দিৰটোৰ টিলিঙা, কাহৰ বাছন ,ইনভাৰটাৰ,আৰু কিছু নগদ ধন চুৰি কৰিবলৈ চেষ্টা চলায় চোৰে । বুধবাৰে মন্দিৰটোৰ চুৰি সমগ্রী সমূহ কিছু নিলগত পেলাই থোৱা স্থানীয় ৰাইজে প্ৰত‍্যক্ষ কৰাত মন্দিৰ পৰিচালনা সমিতিক জনায় । তাৰপাছতে আৰক্ষীক খবৰ দিয়ে আৰু সন্দেহজনক দুজন ব‍্যক্তিক আটক কৰে ।
Read More News
T & CPrivacy PolicyContact Us