Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: মৰিয়নি সম জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই
Jorhat West, Jorhat | Jul 31, 2025
মৰিয়নি সম জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ছয় বাজি দহ মিনিটলৈকে পৰিদৰ্শন কৰে কাৰ্য্যালয় । আজি যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু জেষ্ঠ্য আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰয়ে লাহিং শুকানজান ভ্ৰমণ কৰি মৰিয়নী সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!