Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈ জিলা পুথিভঁৰালত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ এক সজাগতা সভাত অংশগ্ৰহন

Mangaldoi Part, Darrang | Aug 22, 2025
দৰং জিলাৰ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিসমূহৰ সৈতে বিভাগৰ অভিলাসী আঁচনি বিষয়ত এক সজাগতামূলক সন্মিলন শুকুৰবাৰে দুপৰীয়া দুই মান বজাত মঙলদৈৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us