This browser does not support the video element.
গোৰেশ্বৰ ভাগ: ৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Goreswar Part, Baksa | Sep 25, 2025
৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।সমগ্ৰ ৰাজ্য জুৰি সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ অব্যাহত আছে শোকৰ বন্যা । প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনাৰে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে । তাৰ মাজতে বৃহস্পতিবাৰৰ সন্ধিয়া ৩নং গোৰেশ্বৰ মংগলচ’কত জুবিন গাৰ্গৰ স্মৃতিত হাতে হাতে মমবাতি লৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।