Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰৰ ভকুৱামাৰিত বিধ্বংসী অগ্নিকাণ্ড,তিনিখনকৈ দোকানৰ সামগ্ৰী জুইত ভস্মীভূত হয়,উপস্থিত অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী

Nagaon, Nagaon | Sep 4, 2025
কলিয়াবৰৰ ভকুৱামাৰিত বিধ্বংসী অগ্নিকাণ্ড - বিস্তৰ ক্ষয়ক্ষতি ,বৃহস্পতিবাৰে মাজনিশা কলিয়াবৰৰ ভকুৱামাৰীৰ ব্যৱসায়িক কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড।বিদ্যুতৰ চৰ্ট- ছাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ। বিধ্বংসী জুইত জাহ যায় কাপোৰ দোকান,হাৰ্ডৱেৰ, বিস্কুট বেকাৰীসহ ব্যৱসায়ীক প্ৰতিষ্ঠান। তিনিওখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়।ঘটনাস্থলীত চুলুং আৰক্ষী আৰু আমবাগান অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইত সম্প
Read More News
T & CPrivacy PolicyContact Us