Download Now Banner

This browser does not support the video element.

চাবুৱা: খাজিখোৱাত ভয়ংকৰ দুৰ্ঘটনা, বিদ্যালয়লৈ যোৱাৰ পথত এখন বাহনে মহটিয়াই গুৰুতৰভাৱে আহত কৰে এগৰাকী ছাত্ৰীক, এএমচিএইচলৈ প্ৰেৰণ

Chabua, Dibrugarh | Sep 5, 2025
আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে চাবুৱাৰ খাজিখোৱাত ভয়ংকৰ দুৰ্ঘটনা। আজি শুক্ৰবাৰে পুৱা ১০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰীক এখন ভানে মহতিয়ালে। সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। AS 06F 0106 নম্বৰৰ এখন ভানে ছাত্ৰী গৰাকীক ৩৭ নং ৰাষ্ট্ৰীয় পথত খুন্দিওৱাৰ ফলত পথত চিটিকি পৰে।
Read More News
T & CPrivacy PolicyContact Us