This browser does not support the video element.
দক্ষিণ শালমাৰা: চিৰাকুটি অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন
South Salmara, South Salmara-Mankachar | May 14, 2025
বুধবাৰে চিৰাকুটি অঞ্চলত প্ৰচণ্ড ধুমুহা,ঠায়ে ঠায়ে বিস্তৰ ক্ষতি। আজি চিৰাকুটি অঞ্চলত অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষূণ হোৱাত ঠায়ে ঠায়ে বিস্তৰ ক্ষতি সাধন হয়। প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন প্ৰান্তত গছ বাগৰি পৰে ।লগতে ধাৰাষাৰ বৰষুণৰ ফলত কিছুমান অঞ্চলত মৰাপাট ৰ খেতি বিনষ্ট হয়।