Download Now Banner

This browser does not support the video element.

হোজাই: মেলাৰ অশ্লীল নৃত্যয় পৰিবেশ বিনষ্ট কৰাৰ অভিযোগত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ জিলা আমছুৰ

Hojai, Hojai | Sep 4, 2025
মেলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল হোজাই জিলা আমছু।মেলাৰ অশ্লীল নৃত্যয় এতিয়া কৰিছে পৰিবেশ বিনষ্ট।বৃহস্পতিবাৰে দিনৰ ৩.৩০বজাত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ আমছু হোজাই জিলা সমিতিৰ।উল্লেখ্য জিলাখনত চলি থকা মেলা বন্ধ কৰাৰ দাবী জনায় আমছুয়ে।ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎৰ কথা চিন্তা-চৰ্চা কৰি মেলাৰ অনুমতি নিদিয়াৰ বাবে জিলা আয়ুক্তক জনায় আহ্বান।আজি হোজাই জিলা আমছুৰ এটি সজাতি দলে জিলা আয়ুক্তক দিয়ে এখন স্মাৰক পত্ৰ।
Read More News
T & CPrivacy PolicyContact Us