Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: গোলকগঞ্জত আৰক্ষীয়ে আক্ৰাছুৰ সমদলত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আক্ৰাছুৰ জিলা সভাপতি খনিক দত্ত বৰুৱাৰ মন্তব্য প্ৰকাশ

Kokrajhar Part, Kokrajhar | Sep 11, 2025
গোলকগঞ্জত কালি আক্ৰাছুৰ যোৰ সমদলত আৰক্ষী প্ৰশাসনে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বৃহস্পতিবাৰৰ দিনা দিনৰ ১ বজাত কোকৰাঝাৰ জিলাৰ ডিমলগাঁৱত অৱস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত কোকৰাঝাৰ (পূব)জিলা আক্ৰাছুৰ সভাপতি খনিক দত্ত বৰুৱাই কয় যে বিজেপিৰ হিটলাৰী শাসন সজ্য কৰা নহ'ব। তেওঁ লগতে কয় যে ৰাজবংশীৰ ওপৰত অত্যাচাৰ চলি থাকিলে বিটিচি নিৰ্বাচনত ইয়াৰ প্ৰত্তুত্যৰ দিয়া হ'ব বুলি বিজেপিক সঁকিয়াই দিয়ে
Read More News
T & CPrivacy PolicyContact Us