Download Now Banner

This browser does not support the video element.

নগাঁও: ধিঙৰ কুঠি বজাৰৰ মফিদুল ইছলামৰ পাইকাৰী দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গ'ল প্ৰায় দহ লক্ষাধিক টকাৰ সামগ্ৰী

Nagaon, Nagaon | Aug 25, 2025
ধিঙৰ কুঠি বজাৰত সোমবাৰে বিয়লি প্ৰায় তিনি মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।কুঠি বজাৰৰ মফিদুল ইছলামৰ পাইকাৰী দোকানত সংঘটিত হয় অগ্নিকাণ্ড।জুইত জাহ গ'ল নগদ প্ৰায় ডেৰ লক্ষাধিক টকাৰ লগতে দোকানৰ বয়-বস্তু।প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি বুলি জানিব পৰা গৈছে। চৰ্ট চাকিটৰ ফলতে এই অগ্নিকাণ্ডৰ হৈছে বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত ধিঙৰ লগতে মৈৰাবাৰীৰ অগ্নি ন
Read More News
T & CPrivacy PolicyContact Us