Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: কলাইগাঁও ভাগ: শ্যামপুৰত শ শ বিঘা জলকীয়া খেতি বৰষুণ ফলত নষ্ট, হাহাকাৰ ২ শতাধিক কৃষকৰ, নিৰ্বিকাৰ কৃষিবিভাগ #jansamasya

Dalgaon Part, Darrang | Jun 5, 2025
ৰাজ্যত যি নেৰানেপেৰা বৰষুণ, বৰষুণ আৰু বানপানী কৱলত শ শ বিঘা জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ পাচলি খেতি নষ্ট ।পচি নষ্ট হৈছে জলকীয়া খেতি। লাখ লাখ টকা লোকচান খাতি খোৱা কৃষকৰ । মুৰে কপালে হাত কৃষকৰ ।বিগত কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙতো অব্যাহত আছে ধাৰাষাৰ বৰষুণ । মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ দলগাঁও সমষ্টিৰ শ্যামপুৰ খেৰণী চাপৰি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পাচলিৰ লগতে শ শ বিঘাত জলকীয়া খেতি নষ্ট হৈছে ।
Read More News
T & CPrivacy PolicyContact Us