Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: গৰুবান্ধাত গাড়ীয়ে খুন্দিয়াই আহত কৰে এটি বান্দৰ পোৱালি, আহত বান্দৰটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে প্ৰকৃতিপ্ৰেমীয়ে
Udalguri, Udalguri | Oct 10, 2025
জিলা খনৰ কলাইগাঁওৰ সমীপৰ গৰুবান্ধাত বান্দৰ পোৱালি এটি চাৰিচকীয়া বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে। ইপিনে আহত হোৱা বান্দৰ পোৱালিটো প্ৰকৃতিপ্ৰেমী কমলেশ্বৰ ৰাভা , জয়ন্ত কুমাৰ দাস, বিপ্লৱ ডেকা আৰু সাংবাদিক প্ৰাঞ্জল চহৰীয়াই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। বান্দৰ পোৱালিটো বৰ্তমানো সংকট জনক অৱস্থাত আছে বুলি প্ৰকৃতিপ্ৰেমী জয়ন্ত কুমাৰ দাসে জানিব দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!