Download Now Banner

This browser does not support the video element.

মৰাণ: ডোমৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী বলেৰ' পিক আপ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী, এএমচিএইচলৈ প্ৰেৰণ

Moran, Dibrugarh | Sep 5, 2025
আজি শুক্ৰবাৰে দিনৰ ৩ বজাত মৰাণৰ দোমৰ দলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনা টোৰ ফলত গুৰুতৰ ভাৱে আহত হৈছে এগৰাকী ছাত্ৰী। আহত ছাত্ৰী গৰাকী বাল্যবিকাশ বিদ‍্যালয়ৰ পঞ্চম শ্ৰেণীৰ ভাগ্যশ্ৰী চুতীয়া বুলি জানিবলৈ দিছে। বাল্যবিকাশ বিদ্যিলয়ৰ পৰা পথ অতিক্ৰম কৰোতে AS01MC-6723 নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ' পিক আপ বাহনে খুন্দিয়াই দিয়ে।
Read More News
T & CPrivacy PolicyContact Us