Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: মুদৈবড়ীত অনুষ্ঠিত হয় ইউপিপিএলৰ যোগদান সভা, উপস্থিত থাকে ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা শাখাৰ উপদেষ্টা কিৰণ বড়ো
Udalguri, Udalguri | Aug 25, 2025
বড়োভুমিত চলিছে নিৰ্বাচনী গৰম বতাহ। সমাগত পৰিষদীয় নিৰ্বাচনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দল সমুহে। সেইদৰে আঞ্চলিক দল ইউপিপিএল দলে মুদৈবড়ী খেল পথাৰত আয়োজন কৰে এখন যোগদান সভা। প্ৰায় ৪শতাধিক লোকে যোগদান সভাত কেন্দ্ৰীয় উপদেষ্টা গৰাকীৰ সতে জিলা উপ সভাপতি এন্টনি বসুমতাৰী, প্ৰাক্তন এমচিএলএ দণ্ডী ৰাভা, ব্লক সভাপতি পবিত্ৰ বসুমতাৰী, মিডিয়া আহ্বায়ক উজ্জ্বল দাস,CWC পদুম বৰ্মণ উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!