This browser does not support the video element.
শিৱসাগৰ: ঐতিহাসিক ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱস উদযাপন, অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Sibsagar, Sivasagar | Jun 21, 2025
শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱস উদযাপন অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ শিৱসাগৰতো Yoga for One Earth,One Health থিম লৈ উদযাপিত কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস । শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গৰ্গ , জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে প্ৰায় সমুহ বিভাগৰ বিষয়া কৰ্মচাৰীৰ অংশগ্ৰহণ এই যোগ দিৱসৰ কাৰ্যসূচীত ।