Download Now Banner

This browser does not support the video element.

গুৱাহাটী: বুধবাৰে দিনৰ ২ বজাত উলুবাৰী CID কাৰ্যালয়ত শ‍্যামকানু মহন্ত পত্নী উপস্থিত হয় অনিতা ডেকা মহন্ত

Guwahati, Kamrup Metropolitan | Oct 8, 2025
বুধবাৰে দিনৰ ২ বজাত উলুবাৰী CID কাৰ্যালয়ত শ‍্যামকানু মহন্ত পত্নী উপস্থিত হয় অনিতা ডেকা মহন্ত। হাতত এটা বেগ লৈ ভিতৰলৈ সোমাই যায় অনিতা ডেকা মহন্ত।সাংবাদিকৰ প্ৰশ্নত কোনো উত্তৰ নিদিলে তেওঁ।
Read More News
T & CPrivacy PolicyContact Us