Download Now Banner

This browser does not support the video element.

বাক্সা: বাগানপাৰাত বিপিএফৰ প্ৰাক্তন এমচিএলয়ে ফলীন্দ্ৰ বসুমতাৰীৰ বিজেপিত যোগদানৰ বিৰোধিতাৰে প্ৰতিমুৰ্তি দাহ বিপিএফ কৰ্মীৰ

Baska, Baksa | Sep 20, 2025
বাগানপাৰাত বিপিএফৰ প্ৰাক্তন এমচিএলএ ফলীন্দ্ৰ বসুমতাৰীয়ে আজি বিজেপিত যোগদান কৰে। ইয়াৰ প্ৰতিবাদত বিপিএফৰ মুখ্য কাৰ্যালয়ত ফলীন্দ্ৰ বসুমতাৰীৰ পুত্তলিকা দাহ কৰে।বিপিএফৰ কৰ্ম কৰ্তা সকলে বিশ্বাস ঘাটক ফলিন্দ্ৰ বসুমতাৰীৰ পুত্তলিকা দাহ কৰি চদ্মবেশী ফলীন্দ্ৰ বসুমতাৰীয়ে যোৱা পাচ টা বছৰে বিপিএফত চদ্মবেশী ৰুপ লৈ বিপিএফত আছিল বুলি গুৰুতৰ অভিযোগ কৰে লগতে  এনেকুৱা মানুহ বোৰ দলৰ পৰা ওলাই যোৱা মানে দলৰ শুভ লক্ষন বুলি তাৎপৰ্য মন্তব্য আগবঢায় নিৰেন চৈনাৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us