Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত জব্দ নিষিদ্ধ ড্ৰাগছ , ১০.৬ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় এজন যুৱকৰ পৰা

Jorhat West, Jorhat | Sep 12, 2025
ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত জব্দ ড্ৰাগছ । যোৰহাটৰ ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই ড্ৰাগছ । গোপন খবৰৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক কন্দৰ্প পাটোৱাৰীৰ নেতৃত্বত যোৰহাট আৰক্ষীয়ে অভিযান চলাই ৰৰৈয়া আৰক্ষী চকীৰ সন্মুখত । এজন যুৱকৰ পৰা জব্দ কৰে ১০.৬ গ্ৰাম ড্ৰাগছ । এখন চাৰিচকীয়া বাহন জব্দ কৰিছে অভিযান কাৰী আৰক্ষীৰ দলে ।
Read More News
T & CPrivacy PolicyContact Us