This browser does not support the video element.
চাপৰ ভাগ: চাপৰৰ খৰিদাগোসাইগাৱৰ মৰা চম্পাৱতী নৈ'ত মৰ্মান্তিক ঘটনা,গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ
Chapar Part, Dhubri | May 23, 2025
চাপৰৰ মৰা চম্পাৱতী নৈ'ত মৰ্মান্তিক ঘটনা,গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ।চাপৰৰ খৰিদাগোসাইগাওঁৰ মৰা চম্পাৱতী নৈ'ত অঘটন। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰ ক্ৰমে ছাহিল ইছলাম, সঞ্চয় বাছপৰ আৰু আনাছ বেপাৰী তিনিও অষ্টম শ্ৰেণীৰ ছাত্ৰ। শুক্ৰবাৰ ছাত্ৰ কেইগৰাকী ঘৰৰ পৰা বিদ্যালয় লৈ আহে। কিন্তু বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি তিনি গৰাকী স্কুলীয়া ছাত্ৰ তথা বন্ধু তিনিজনে গা ধুবলৈ খৰিদাগোসাই গাঁৱৰ ম'ৰা চম্পাৱতী নৈ'ত যায়। গা ধুবলৈ গৈ পানীত ডুব যায় ছাত্ৰ তিনিজন। অ