Download Now Banner

This browser does not support the video element.

মানকাচৰ: জামাদৰহাটত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ সভা অনুষ্ঠিত হয়

Mankachar, South Salmara-Mankachar | Jul 1, 2025
মঙ্গলবাৰে জামাদৰহাটত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ এখন সভা অনুষ্ঠিত,উপস্থিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে নাগৰিক সমিতিৰ সভাপতি ।আজি জামাদৰহাটত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ফকিৰগঞ্জ থানা পৰ্যায়ৰ নাগাৰিক সমিতিৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়।উক্ত সভাত ফকিৰৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবি দাস উপস্থিত থকাৰ লগতে নাগৰিক সমিতিৰ সভাপতি ছেলিম মালিক আৰু আন আন মান্য গণ্য ব্যক্তি সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us