Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: চব মামা ধ্বংস হৈছে,সেইয়া লাগিলে শকুনি বা কংসই হওঁক আৰু ২৬ ত হিমন্ত মামা ধ্বংস হ'ব , যোৰহাটত মন্তব্য ৰাইজৰ দলৰ সম্পাদকৰ
Jorhat West, Jorhat | Aug 31, 2025
সময়ে সোঁৱৰাই দিয়ে চব মামা ধ্বংস হৈছে । সেইয়া লাগিলে শকুনিয়েই হওঁক বা কংস হওঁক । আৰু এইবাৰ ২৬ ত হিমন্ত মামা ধ্বংস হ'ব । যোৰহাটত মন্তব্য ৰাইজৰ দলৰ সম্পাদকৰ। আজি যোৰহাটত অনুষ্ঠিত হোৱা নাগৰিক সভাত মন্ত্যব আগবঢ়াই ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাসে।যোৰহাটত ভাৰতীয় জাতীয় কংগ্ৰেছ , ৰাইজৰ দল, অসম জাতীয় পৰিষদ , CPI (M) , CPI (M L) ৰ নেতৃত্বত নাগৰিক সভা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!