Public App Logo
Profile Picture

Goutom Hira

@demowupdate
1068Followers
65Following
ডিমৌ: আটুৱাৰ জিলা সমিতিৰ উদ্যোগত তথা আটছাৰ ডিমৌ শাখা আৰু উপ শাখা সমূহৰ সহযোগত আঠাবাৰী চাহবাগিচাত শ্ৰমিক স্বাক্ষৰ অভিযান ৰূপায়ণ
ডিমৌ: ডিমৌ থাওৰা দলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ
ডিমৌ: ডিমৌ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ইন্দু বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় খেলৰ আৰম্ভণি
ডিমৌ: আজি ঐতিহাসিক চৰ'গুৱা বৰনামঘৰত উপস্থিত কণ্ঠ শিল্পী কুসুম কৈলাশ, পৰিবেশন কৰিলে হৰি নাম
ডিমৌ: ডিমৌ ৰজাবাৰীস্থিত চুকাফা হস্পিতালত এখন মেজিক গাড়ী সহ চোৰ কৰায়ত্ত
ডিমৌ: ডিমৌ চাৰিআলিৰ সমীপৰ বিনয় হোটেলত চুৰিকাণ্ড, সমগ্ৰ ঘটনা বন্দী চিচি টিভিত, ১৫ হাজাৰ নগদ ধন নিয়াৰ উপৰি চুৰে খাই থৈ গ'ল দৈ
ডিমৌ: বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃৰ বিয়োগৰ খবৰ লৈ সমবেদনা জ্ঞাপন কৰিলে ডিমৌ প্ৰেছ ক্লাৱৰ সভাপতি,সম্পাদকে।
ডিমৌ: অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ বৰবাম খঙ্গীয়া গ্ৰাণ্টৰ পুতুল সন্দিকৈৰ মৃতদেহ, কৰ্মসংস্থাপন বিচাৰি যোৱা লোকজনক হত্যা কৰাৰ আশংকা
ডিমৌ: বামৰজাবাৰীত জিৰণি ঘৰ আৰু পুথিভঁৰাল উদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে
ডিমৌ: মহখুটি চাহ বাগিছাৰ দিৰৈ নদীৰ দলঙৰ তলত উদ্ধাৰ শিৱ লিংগ, জন্মাষ্টমীৰ নিশা উদ্ধাৰ হোৱা শিৱলিংগ চাবলৈ বহুলোকৰ ভিৰ
ডিমৌ: অঃ ভাঃ প্ৰাঃ শিঃ সংঘৰ নেতৃত্বত অ'পিএছ বাহালৰ দাবীত আৰম্ভ কৰা ভাৰত যাত্ৰা ৰেলী ডিমৌৰ ৰাজাবাৰীত উপস্থিত, সভাত অংশগ্ৰহণ
ডিমৌ: ডিমৌৰ সমীপৰ পাটসাঁকোত কংগ্ৰেছৰ বিশাল কৰ্মী সভা অনুষ্ঠিত, কৰ্মীসভাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
ডিমৌ: দুপনিত দুপনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত অৰণ্য মানৱ, পদ্মশ্রী যাদৱ পায়েং
ডিমৌ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চেপন মহাবিদ্যালয় সন্মুখত দ খাৱৈত পৰিত্যক্ত অৱস্থাত এখন পালচাৰ বাইক উদ্ধাৰ আৰক্ষীৰ
ডিমৌ: ৰজাবাৰী চাহ বাগিচা কাৰ্য্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা, শ্ৰমিক কৰ্মচাৰীৰ দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী
ডিমৌ: অমৃত বৃক্ষ আন্দোলনৰ এপত নাম ৰেজিষ্ট্ৰেচনত ব্যাপক বিসংগতি পোহৰলৈ আহিছে ডিমৌত,আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱকৰ
ডিমৌ: নিতাইপুখুৰী স্পৰ্টছ এছ'চিয়েচনৰ উদ্যোগত নিতাইপুখুৰীত অভিৰুচি দিৱস উপলক্ষে মাৰাথন ৰেলীত উপস্থিত বিধায়ক সুশান্ত বৰগোহাঁই
ডিমৌ: ডিমৌৰ বৰুৱাচাংমাই গাঁৱৰ ভিতৰৰ এখন বিদ্যালয়ক জাবৰ ৰখা স্থান হিচাপে ব্যৱহাৰ কৰাত বিৰোধিতা গাঁৱবাসীৰ, চক্ৰ বিষয়াক অভিযোগ
ডিমৌ: ডিমৌ ৰাইছাইত পথ দুৰ্ঘটনা, মটৰ চাইকেল আৰু স্কুটিৰ মাজত হোৱা সংঘৰ্ষত গুৰুতৰভাবে আহত এগৰাকী মহিলা
ডিমৌ: চাকৰি কেলেংকাৰীৰ বিৰুদ্ধে ডিমৌ চাৰিআলিত ডিমৌ ব্লক যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
ডিমৌ: নীতিপুখুৰী এম ভি স্কুলত চাদেন ভিজিট বিধায়ক সুশান্ত বৰগোহাঁইৰ, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাৰ লগতে মত-বিনিময় কৰে
ডিমৌ: জাতিগত প্ৰমাণপত্ৰক লৈ আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিকে চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে
ডিমৌ: ডিমৌ কাছমাৰিত পুখুৰীত মৃতদেহ উদ্ধাৰ,মৃতদেহটো মংগো কুৰ্মী বুলি চিনাক্ত
ডিমৌ: পবিত্ৰ ৰাখি বন্ধন উপলক্ষে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইক ডিমৌৰ ৰাইছাইৰ বাসগৃহত আহি ৰাখি পিন্ধালে সমষ্টিবাসী মহিলাই
ডিমৌ: গুৱাহাটীত অনুষ্ঠিত হোৱা উশ্বুত ৪টা সোণ,৬টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰি ডিমৌলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক আদৰণি