Public App Logo
Profile Picture

NEWS AXOM

@newsaxom80
172Followers
2Following
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত upplৰ নিৰ্বাচনী প্ৰচাৰ সভা
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত শ্ৰমিক নেত্ৰী শেৱালী বেজবৰুৱাৰ অকাল মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ
গোৰেশ্বৰ ভাগ: পাম খেতিৰ বিৰুদ্ধে গোৰেশ্বৰত নিখিল ভাৰত কৃষক সভাৰ বিশেষ অভিৱৰ্তন, ৰাজ্যিক কমিটীৰ সভাপতি টিকেন দাসৰ অংশগ্ৰহণ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিলামূলীয়া চকু,ডায়বেটিছ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত, উপস্থিত বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ শুক্লাইস্থিত জৌহলাওফুৰি উদ্যান পৰিদৰ্শন মন্ত্ৰী ইউজি ব্ৰহ্ম MLA জলেন দৈমাৰী, BTR EM ৰনেন্দ্ৰ নাৰ্জাৰীৰ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ নাওকাটাত ১০০টাকৈ আত্মসহায়ক গোটক চেক বিতৰণ বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী আৰু MCLA চম্পাৱতী ডেকাৰ
গোৰেশ্বৰ ভাগ: আজি নাওকাটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভা অনুষ্ঠিত, উপস্থিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নগেন শালৈ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ গুৰমৌৰ পৰা ১৭আগষ্টৰ পৰা মাতৃ-পুত্ৰ নিৰুদ্দেশ, দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ
গোৰেশ্বৰ ভাগ: শুক্লাই চেৰফাঙৰ কালচেনীত ছয়াবিন খেতিৰ আৰম্ভণি অনুষ্ঠানত বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী উপস্থিত থাকে
গোৰেশ্বৰ ভাগ: স্বাধীনতা দিৱস উপলক্ষে আজি গোৰেশ্বৰত কেইবাজনো প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জ্ঞাপন বি টি আৰৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৰ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত ৰাষ্টীয় পতাকাক অসন্মান, গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংক নাওকাটা শাখাত নিশালৈ উৰি থাকিল পতাকা
গোৰেশ্বৰ ভাগ: ঔবাৰীত স্কুটী আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত এজন যুৱক, আহত এজন
গোৰেশ্বৰ ভাগ: জিলা ভিত্তিত বিদ্যালয়ৰ থীম চং প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন গোৰেশ্বৰৰ বৰফুকনখাত মধ্য ইংৰাজী বিদ্যালয়ৰ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ ৰাজহুৱা শিৱ মন্দিৰত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
গোৰেশ্বৰ ভাগ: ভাৰতীয় সংখ্যালঘু নাগৰিক উচ্ছেদিত হ’লে ৰাস্তাত নিৰ্মাণ কৰিব ঘৰঃ গোৰেশ্বৰত মন্তব্য নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ
গোৰেশ্বৰ ভাগ: কাউৰবাহাত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাত উপস্থিত কেন্দ্ৰীয় সমিতিৰ নেতা নগেন শালৈ
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ গুৰমৌ গাওঁত উচ্ছেদৰ জাননী লাভ কৰা  পৰিয়ালৰ কাষত উপস্থিত যুৱ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ দাস।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ থানা অন্তৰ্গত ঔবাৰীত সুৱাগপুৰ আৰু গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য। জব্দ কৰিলে ৩ কিলো ১০০ গ্ৰাম ভাং।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চৰ্ট চাৰ্কিটৰ ফলত জ্বলি ভষ্মীভূত ডিজি জেনেৰেটৰ।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন্দ্ৰ নাথ ডেকাৰ পৰলোকপ্ৰাপ্তি।
গোৰেশ্বৰ ভাগ: শুক্লাই চেৰফাং যুৱ ইউপিপিএলৰ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় ইউপিপিএলৰ নেতা  খগেন ডেকাৰ।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত শ্বহীদলৈ শ্ৰদ্ধা জনাই শিলাফলকম কাৰ্যসূচী ৰূপায়ন ৰাজহ চক্ৰ বিষয়া মানসজ্যোতি বৰাৰ।
গোৰেশ্বৰ ভাগ: ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত গোৰেশ্বৰত বামপন্থী সংগঠনৰ জনসভা,গোৰেশ্বৰৰ ৰাজপথত সমদল।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ চেউনীত পথ দুৰ্ঘটনা। স্কুটীসহ আৰোহী পৰিল দোঙত। ঘটনাস্থলীত উপস্থিত গোৰেশ্বৰ আৰক্ষী। উদ্ধাৰ স্কুটী সহ আৰোহী।
গোৰেশ্বৰ ভাগ: গোৰেশ্বৰৰ ৰামছা চ’কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড,গোৰেশ্বৰ থানাৰ তদন্ত আৰম্ভ