Public App Logo
Profile Picture

Pran Bhuyan

@pransankarbhuyan
16764Followers
2Following
জামুগুৰিহাটৰ ধলাইবিলৰ আকাশ প্ৰডাকচনৰ চুটিছবি তীখৰ আৰু চুটিবাইয়ে আন্তৰ্জাতিক চুটি ছবি মহোৎসৱত ৬টা বঁটা লাভেৰে গৌৰৱ অৰ্জন
আগন্তুক বাৰেচহৰীয়া ভাওনা উপলক্ষে আজি লক্ষাধিক বন্তিৰে উজ্বলিল জামুগুৰিহাটৰ পকামূৰা পথাৰ, শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ
আজি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ লাইখুঁটা পকামূৰা পথাৰত স্থাপন,উপস্থিত বিধায়ক পদ্ম হাজৰিকা
আজি জামুগুৰিহাটৰ টোভঙাত নদুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত হাথ চে হাত জোড়ো কাৰ্য্যসূচীৰ শুভ আৰম্ভণি সভা অনুষ্ঠিত
জামুগুৰিহাটৰ পাঁচগাঁও য়ুথ ক্লাবৰ উদ্যোগত হোৱা ক্ৰিকেট টুৰ্নামেন্টৰ মঙলবাৰে ফাইনেল খেলত উপস্থিত বিধায়ক পদ্ম হাজৰিকাৰ
ডেকাসুন্দৰত বৰভগীয়া সমবায় সমিতিৰ খুচুৰা বিক্ৰী কেন্দ্ৰ আমাৰ দোকানৰ আনুষ্ঠানিক শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ
আজি জামুগুৰিহাটৰ ১৫নংৰা:ঘাইপথৰ পৰাস্থানীয় ব্যক্তি দুলাল হাজৰিকাৰ গৃহলৈপকীপথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বিধায়ক পদ্মহাজৰিকাৰ
আজি এজেৱাইচিপি জামুগুৰি আঞ্চলিকৰ উদ্যোগত আখৰাৰ সভাগৃহত ৩গৰাকী ৰাজ্যিক, জিলা পৰ্যায়ৰ ছাত্ৰ নেতাক সম্বৰ্ধনা জ্ঞাপন
বিটিআৰৰ বিৰুদ্ধে আছা (assa) ই আহ্বান জনোৱা শোণিতপুৰ জিলা বন্ধ কাৰ্য সুচী আজি নদুৱাৰৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক প্ৰভাৱ।
ইটাখোলাত ভয়ংকৰ অগ্নিকাণ্ড,কথমপি ৰক্ষা পৰিয়ালৰ, কেইবা লক্ষাধিক টকাৰ ক্ষতি
আজি গড়পালত অসম গোৰ্খা সন্মিলনৰ বিশ্বনাথ জিলাৰ উদ্যোগত, গহপুৰ,শোণিতপুৰ জিলাৰ সহযোগত সুভাষ বসুৰ জন্ম জয়ন্তী পালন
জামুগুৰিহাটৰ কন্যকা পামৰ সহযোগ,জ্ঞানজ্যোতি ক্লাবৰ সৌজন্যত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ শণিবাৰে শুভাৰম্ভ বিধায়ক পদ্মৰ
আজি জামুগুৰিহাটত তিনিটা অনুষ্ঠানৰ দ্বাৰা প্ৰয়াত বিশিষ্ট শিল্পী ভোলা কটকীলৈ মৰনোত্তৰভাবে মঞ্চৰত্ন উপাধি প্ৰদান।
আজি জামুগুৰিহাটৰ অন্তৰ্গত গেৰেলুৱাচুক আৰু ২নং বৰপথাৰত দুখনকৈ পানী যোগান আঁচনিৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম-অৰুণাচল সীমান্তৰ চিজুছাৰ পাকে পাগা হৰ্ণবিল উৎসৱৰ দ্বিতীয় দিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত
আজি উঃ জামুগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত শাখা সাহিত্য সভা ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু তিথি পালন
গটাইমাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ১নং ননকে গটাইমাৰী প্ৰাথমিক বিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন
জামুগুৰিহাটৰ ফেচবুক পেজ লাইভ জামুগুৰিহাটৰ উদ্যোগত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত ভোগালীৰ এনিশা,শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ
আজি জামুগুৰি উঃমাঃ বি: ৰ বিদ্যালয় সপ্তাহ সমাৰোহ আৰু যুৱ মহোৎসৱৰ মূল সভা ও বঁটা বিতৰণী সভাত উপস্থিত বিধায়ক পদ্ম হাজৰিকা
জামুগুৰিহাটত নদুৱাৰ খণ্ড অভিযান পৰিচালনা শাখাৰ দ্বাৰা অনুষ্ঠিত অসমী ভোগালী মেলা ২০২৩ৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ
উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ বিলডাঙ্গা পানী যোগান আঁচনিৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ
আজি জামুগুৰিহাটৰ কুসুমটোলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন কৌশল শিক্ষাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত
জামুগুৰিহাটৰ নদুৱাৰ জাতীয় বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ সমাৰোহৰ মূলসভাত সভাপতিত্ব বিশ্বনাথৰ পৌৰপতিৰ,আলোচনী উন্মোচন
আজি জামুগুৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি অভিজিৎ নাথক সম্বৰ্দ্ধনা জ্ঞাপন
মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ বুলি আজি ৰাওনা নদুৱাৰৰ অন্তৰ্গত হাতিঙা চাহবাগিছাৰ শিক্ষাৰ্থীসকল