Public App Logo
Profile Picture

Kamaruj Jaman

@publicnews366
22083Followers
0Following
চমৰীয়া: দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি একাংশ দালালৰ ৰোষত সোনতলীৰ এজন যুৱক, প্ৰতিক্ৰিয়া প্ৰকাশ
গৰৈমাৰী: ছয়গাঁৱৰ ভিতৰদুৱাৰ টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক, এজন শিক্ষকে চলাইছে পাঠদান
চমৰীয়া: বঠিয়ামাৰীত দিন দুপৰতে চোৰে চাইকেল চুৰি কৰি লপাথপা খালে ৰাইজৰ
চমৰীয়া: চৰকাৰক সমালোচনা কৰি চাকৰিৰ পৰা মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীৰ নিলম্বনৰ বিৰোধীতাৰে নেউলডোবাত সংবাদ মেল
চমৰীয়া: R I D F'ৰ গুমি ই এ এন ডি মাথাউৰিত পি ডব্লিউ ডি'য়ে কৰা বকোত সোনতলীৰ কামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
চমৰীয়া: মাহতলী গাঁও পঞ্চায়তত পুনৰ উন্মচিত হৈছে ব্যাপক দুৰ্নীতিৰ, ভিক্ষা মাগি খোৱা লোকৰ গৃহৰ ধন আত্মসাৎ পঞ্চায়ত প্ৰতিনিধিৰ
চমৰীয়া: ছমৰীয়া সত্ৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে সম্পন্ন
চমৰীয়া: সোণতলীত নিশা সংঘটিত হয় ডকাইতি কাণ্ড ৷ চোকা অস্ত্ৰৰে হানি খুচি গুৰুতৰভাৱে আঘাত কৰে এজন পথচাৰিক ৷
চমৰীয়া: ভালুকঘাটা মজলীয় বিদ্যায়ত চোৰৰ চাফাই অভিযান,তলা ভাঙি চোৰে নিলে লক্ষাধিক টকাৰ সামগ্ৰী
চমৰীয়া: সুস্থ হৈ উঠিছে পুঠিমাৰী-শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ খাদ্য খাই অসুস্থ হোৱা ছাত্ৰ-ছাত্ৰী সকল
চমৰীয়া: বকোৰ মাহতলী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ হিতাধিকাৰীৰ প্ৰতিবাদ
চমৰীয়া: বকোৰ ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ পুঠিমাৰী শালমাৰা এম ই স্কুলত খাদ্যত বিষক্ৰিয়া
চমৰীয়া: ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ অন্তৰ্গত ১৭২ নং নতুন কাঠমী বজাৰ অংগনাবাড়ী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষন মাহৰ শুভাৰম্ভ
চমৰীয়া: বামুনবড়ী গাঁও পঞ্চায়তৰ গাঁও সভাত বিধায়িকা নন্দিতা দাস উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লয়
চমৰীয়া: ছমৰীয়া শিক্ষাখণ্ডৰ ১০১৪ নং হাউলীটাৰী প্ৰাথমিক বিদ্যালয়ৰ গুনোসৎসৱত  A + লাভ, উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী
চমৰীয়া: ছমৰীয়াত LICIৰ বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানত বৃক্ষৰোপন কাৰ্যসূচী
চমৰীয়া: বকোৰ হাউলীটাৰীত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এজনক আটক বকো আৰক্ষীৰ
চমৰীয়া: সোনতলীত উদণ্ড বাইক চালকৰ অতপালি, তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১২ বছৰীয়া কিশোৰ
চমৰীয়া: গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই ৯৫ নং মধ্য চৌধুৰী পাম অংগনাবাড়ী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষন মাহৰ শুভাৰম্ভ কৰে
চমৰীয়া: ::জেহাদী দমনৰ নামত চৰকাৰে সন্ৰাস চলাইছে-- অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুক্তাৰ মন্ডলৰ  ডেকাচাঙত প্ৰতিক্ৰিয়া
চমৰীয়া: সোণতলী আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত আটক তিনি ড্ৰাগছ ব্যৱসায়ী ৷
গৰৈমাৰী: নেউলডোৱাত পথৰ দাঁতিত বাগৰিল বালিভৰ্তি ডি আই বাহন, কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ
চমৰীয়া: বকোৰ আউনিহাটীত দেখা গল সম্প্ৰীতিৰ অন্য এক নিদৰ্শন,হিন্দু আৰু মছুলমান লোকে অনুষ্ঠিত কৰিলে ঈদ মেহফিল সন্মিলন
চমৰীয়া: বিদ্যুৎ বিভাগৰ গাফিলতিত পুৰি ছাই হ'ল  বকো সমষ্টিৰ অন্তৰ্গত ডেকাচাংৰ এটি পৰিয়ালৰ তিনিটা বাসগৃহ
চমৰীয়া: এডোখৰ ৰাজহুৱা পথক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটত নিহত হোৱা চান্দু মিঞাৰ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল সোণতলী