Public App Logo
Profile Picture

PRANJAL PRATIM KALITA

@pranjal3717
19457Followers
10Following
কয়া: কয়াৰ ধুহিবালা ত শিক্ষক সকলৰ পৰ্যালোচনা সভা।সভাত উপস্থিত থাকে শিক্ষা বিষয়া মইনুল হক চৌধাৰী
কয়া: স্বাস্থ্য সন্মত পদ্ধতিৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেৱা ওচৰত দাবী কামৰূপ আছুৰ।সভাপতিভবজ্যোতি ডেকাৰ।কয়াত এই মন্ত্যৱ
কয়া: সৌৰমুৰী উপ স্বাস্থ্য কেন্দ্ৰত অৰ্ধ শতাধিক শিশুক ডেৰ মহীয়া ভেকচিন প্ৰদান কয়াৰ স্বাস্থ্য বিভাগৰ।।
কমলপুৰ: বাইহাটা গেট হাস্পতালৰ উদ্যোগত জালাহত দুই শতাধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণ
কমলপুৰ: কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট লাভম্বিত হব, কমলপুৰত এই দাবী কৰিলে কমলপুৰৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই
কয়া: কয়াৰ বাৰংহাটী মণ্ডল বি জে পিৰ তৰফৰ পৰা  মুখ্যমন্ত্ৰী ৰ জন্ম দিনৰ শুভেচ্ছা।।
কয়া: কয়াৰ বৰপুল্লাত থকা পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় কনিষ্ঠ সহায়ক প্ৰভাত কলিতাক বিদায় সম্বৰ্ধনা জ্ঞাপন
ৰঙিয়া ভাগ: ডিমুৰ মহৰীয়া গাঁওত শতবৰ্ষ গৰকা কালী পূজা দুদিনীয়কৈ আৰম্ভ
কয়া: কয়াৰ সৌমুখা ঈদ গাহ মৈদানত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতা মুকলি কৰে APCC ৰ সাংসালঘু কোষৰ সভাপতি বাপুকন আলীয়ে।।
ৰঙিয়া ভাগ: ডিমুৰ ক্ষুদ্রদিমু গাঁওত প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠান।।ৰঙিয়া বি জে পি ৰ কেইবাজনো নেতাৰ অংশ গ্ৰহণ।।
কয়া: বাহাৰঘাত আঞ্চলিক শাখাৰ বাৰ্ষিক অধিবেশন ত বাৰ্ষিক মুখপাত্ৰ বল্লৱা উন্মোচন কৰে এমট্ৰেনৰ উপাধ্যায় দিনমনি ভাণ্ডাৰ কায়স্থই
কয়া: দিনজোৰা কাৰ্য্যসূচী ৰে কয়াৰ নপাৰা গাঁওত বিষ্ণু হোম যজ্ঞ।।
কয়া: কয়া আৰু হাজো ৰাজহ চক্ৰৰ সীমান্তৱৰ্তী হিদলবাৰী ত অসম অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সভাপতি নীলকান্ত দাসক সম্বৰ্ধনা।।
কয়া: কয়াৰ শিমলুৱা গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় বিষ্ণু হোম যজ্ঞ
কয়া: বালিসত্ৰ সৎসংগী সত্ৰত উপস্থিত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, সত্ৰ পৰিচালনা সমিতিক লৈ সবাহ মহোৎসৱক লৈ আলোচনা
ৰঙিয়া ভাগ: ডিমুৰ নিকটৱৰ্তী জাপিয়াত অসম ভিত্তিত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতা মুকলি কৰে বি জে পি নেতা বিপুল দাসে
কয়া: নিশা কয়াৰ উত্তৰ হাজোৰ হেলেছা গাঁওত  ইছলাম ধৰ্ম গুৰু আল্লাউদ্দীন চাহেবৰ স্মৃতিত ৰাজহুৱা দোৱা
কয়া: ধুহিবালাত থকা পশ্চিম বড়িগোগ সমবায় সমিতিৰ নৱ নিৰ্বাচিত সদস্য সকলক সম্বৰ্ধনা সমবায় কৰ্তৃপক্ষৰ
কয়া: বাৰংহাটী ত হৃদয় বিদাৰক ঘটনা।।নম্বৰ ফলক বিহীন ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গল ৰিয়া মাছুম নামৰ এগৰাকী পাছ বছৰীয়া শিশুৰ।
কয়া: হিদলবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক আৰু অভিভাৱক সকলৰ মাজত অনুষ্ঠিত বাৰ্ষিক পৰ্যায়লোচনা সভা
কয়া: নিশা ধুহিবালাত অনুষ্ঠিত দিবা নৈশ ভলীবল প্ৰতিযোগিতা,অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদক সম্বৰ্ধনা আয়োজক সমিতিৰ
ৰঙিয়া ভাগ: ডিমুৰ নিকটৱৰ্তী ক্ষুদ্রদিমু ত শব্দৰ আলাপ শীৰ্ষক মনোজ্ঞ অনুষ্ঠান।।
কয়া: বাৰংহাটী থকা বাৰংহাটী গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় পতকাক চৰম বমানানা,নিশাৰ ভাগলৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা
কয়া: কয়াৰ ধুহিবালাত গণৰাজ্য দিৱস উপলক্ষে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা
কয়া: সহযোগ নিধিৰ জৰিয়তে দক্ষিণ সৌৰমুৰীত বিজেপি দললৈ দলীয় কৰ্মীৰ দান বৰঙণি