Public App Logo
Profile Picture

মৰিয়নিৰ বাতৰি

@marianinews
40241Followers
8Following
মৰিয়নি: মৰিয়নিৰ ঢেকিয়াজুলি চাহ বাগিছাত আৰ চি  চি দলং নিৰ্মানৰ নামত অনিয়মৰ অভিযোগ
মৰিয়নি: মৰিয়নিৰ গাভৰুত ভাগিল ব্ৰিটিছৰ যুগত নিৰ্মিত দলং, বৃহৎ অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন
মৰিয়নি: মৰিয়নিৰ জংঘলব্লকত ছাত্ৰ ছাত্ৰীক জৈৱ বৈচিত্ৰ্য চিনাকি কাৰ্যসূচী সম্পন্ন
মৰিয়নি: মৰিয়নিত খৰাং পৰিস্থিতি, পানীৰ অভাৱত চিৰাল ফাট দিছে খেতি পথাৰত
মৰিয়নি: দহবছৰে নিৰ্মাণ নহ'ল মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ সীমাত থকা এখন পকী দলং, যাতায়তৰ নামত জীয়াতু ভূগিছে অঞ্চলবাসীয়ে
মৰিয়নি: মৰিয়নিৰ দিচৈভেলিৰ পৰা আৰক্ষী প্ৰত্যাহাৰকলৈ ক্ষুব্ধ সীমান্তবাসী,নগাৰ বেদখল উচ্ছেদ নকৰিলে প্ৰতিবাদৰ হুংকাৰ
মৰিয়নি: মৰিয়নিৰ শিলিখা চাহ বাগিছাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে কেইবাটাও মূল্যবান চিকিৎসা সামগ্ৰী
মৰিয়নি: মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আটছাৰ গোচৰ, কভিড প্ৰট'কল ভংগৰ অভিযোগ
মৰিয়নি: নাগিনীজানত ক'ভিডৰ বলি হৈ মাতৃহাৰা হোৱা সাঁতমহীয়া শিশুক দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে
মৰিয়নি: মৰিয়নি নগৰত আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ পদ সঞ্চালন।
মৰিয়নি: অসমৰ ভূমিত নগাৰ বেদখল অব্যাহত।মৰিয়নিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত মোককচাং জিলাৰ ফলক লগালে নগা প্ৰশাসনে
মৰিয়নি: ক'ভিড প্ৰটকল ভংগ কৰি মৰিয়নিত বিজেপিৰ যোগদান সমাৰোহ,সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া
মৰিয়নি: প্ৰজ্ঞা সাৰথিয়ে মৰিয়নিত সম্বৰ্ধনা জনালে কেইবাগৰাকীও সমাজকৰ্মীক।
মৰিয়নি: মৰিয়নিৰ চেলেংহাটৰ বিশিষ্ট সমাজ সেৱী তুষাৰ পাললৈ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন ২০২১ বঁটা
মৰিয়নি: মৰিয়নিত বিদ্যুৎ বিভাগৰ অভিযান,এমাহত তিনি লক্ষাধিক টকাৰ  জৰিমনা সংগ্ৰহ, ৰাজহ সংগ্ৰহটো অভিলেখ
মৰিয়নি: মৰিয়নিৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰন কৰিলে জৈৱিক গ্ৰীণ টি।
মৰিয়নি: মুকলি আকাশৰ তললৈ অখিল,গৃহ ভূমি মৰিয়নিৰ লুসুৰাখনত আনন্দৰ বন্যা
মৰিয়নি: মৰিয়নিৰ সীমান্তত উপস্থিত দণ্ডাধীশসহ আৰক্ষীৰ বৃহৎ দল
মৰিয়নি: মৰিয়নিত ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এন উগ্ৰপন্থীৰ
মৰিয়নি: মৰিয়নিত সান্ধ্য আইনৰ মাজতেই চিলনি চোৰৰ সন্ত্ৰাস।
মৰিয়নি: মৰিয়নিৰ গ্ৰামাঞ্চলত বৃদ্ধি পাইছে কভিড সংক্ৰমণ
মৰিয়নি: দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত খিলঞ্জিয়াই বনুৱা উদ্যানৰ কাম বন্ধ কৰিলে বন বিভাগে,কিন্তু এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই  নগাৰ বেদখল
মৰিয়নি: বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে মৰিয়নিত এগৰাকী মহিলা পঞ্চায়ত প্ৰতিনিধিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ
মৰিয়নি: মৰিয়নিত বিনাচৰ্তে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ উত্তাল প্ৰতিবাদ
মৰিয়নি: মৰিয়নিত উজনিমুৱা বিবেক এক্সপেছত অচেতন অৱস্থাত তিনিজন লোকক উদ্ধাৰ