Public App Logo
Profile Picture

Nitopam Medhi

@northguwahati2021
28397Followers
10Following
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠন, ৰাজীৱ শৰ্মাক সভাপতি আৰু হেমন্ত চৌধুৰীক সম্পাদক হিচাপে নিৰ্বাচিত
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত অংগদ‍ান মহোৎসৱ পালন
উত্তৰ গুৱাহাটী ভাগ: ভাৰতীয় নতুন শিক্ষা নীতি ২০২০ ৰ ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিদ্যালয় আই.আই.টি গুৱাহাটীৰ সংবাদমেল
উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামীক সম্বৰ্ধনা অসম যুৱ পৰিষদ জালুকবাৰী বিধান সমিতিৰ
উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী ৰংমহলত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া অপ্ৰতীম গোস্বামী
উত্তৰ গুৱাহাটী ভাগ: ভাৰতীয় নতুন শিক্ষানীতি ২০২০ ৰূপায়নৰ ক্ষেত্ৰত আই.আই.টি গুৱাহাটীৰ আদৰণীয় পদক্ষেপ,অহাবছৰৰ পৰা আৰম্ভ কৰিব শিক্ষক প্ৰশিক্ষণ
উত্তৰ গুৱাহাটী ভাগ: নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত বটাঁ প্ৰদান‌ অনুষ্ঠান
উত্তৰ গুৱাহাটী ভাগ: নিশা আমিনগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নিৰ্মীয়মান ইণ্ডোৰ ষ্টেডিয়াম পৰিদৰ্শন, নিশা ১২‌ বজাত এই চফৰ
উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী কলা পৰিষদত নাট বিদ্যালয় আৰু আইদেউ টকীজৰ উদ্যোগত ষষ্ঠবাৰ্ষিক নাট কৰ্মশালা
উত্তৰ গুৱাহাটী ভাগ: হিংসা নহয়, প্ৰতিযোগিতা কৰিব লাগিব : 'মিঞা বিতৰ্ক' সন্দৰ্ভত আমিনগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
উত্তৰ গুৱাহাটী ভাগ: ৰঙিয়াত অনুষ্ঠিত কামৰূপ জিলা সাহিত্য সভাৰ ৩৬সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ
উত্তৰ গুৱাহাটী ভাগ: আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ সংযোগী ফেৰী সেৱা, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিৱহন বিভাগৰ
আজাৰা: মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমিনগাঁৱত আছুৰ বিক্ষোভ কাৰ্যসূচী
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত ৰাজ্যিক পৰ্য্যায়ৰ নিযুক্তিকৰন প্ৰক্ৰিয়াৰ তৃতীয়,চতুৰ্থ বৰ্গৰ পৰীক্ষা কেন্দ্ৰত DGP ভাষ্কৰজ্যোতি মহন্ত
উত্তৰ গুৱাহাটী ভাগ: বন্ধ হ'ব উত্তৰ গুৱাহাটী আমিনগাঁৱৰ ৫ খন প্ৰাথমিক বিদ্যালয়
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁও লঠিয়াবাগিছাত তীব্ৰবেগী গ্লেমাৰ বাইক আৰু ষ্কুটিৰ মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত তিনিজন
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সম্পৰ্কত কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত অসম ৰাজ্যিক গ্ৰামিন জীৱিকা অভিযানৰ অধীনত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত চাৰিখন জিলাৰ জব্দকৃত কেইবা কৌটি টকাৰ ড্ৰাগছ দাহন অভিযান আৰক্ষীৰ
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত কামৰূপ জিলা পেন্সন সেৱা কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
উত্তৰ গুৱাহাটী ভাগ: পুৰনি শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিৱাই আত্মহত‌্যা এজন যুৱকৰ, জানিব‌ পৰা হোৱা নাই পৰিচয়, অব্যাহত উদ্ধাৰ অভিযান
উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী মধ্যমখণ্ডত তীব্ৰ বেগী ডাম্পাৰৰ‌ খুন্দাত  নিহত ৩ টাকৈ পশুধন
উত্তৰ গুৱাহাটী ভাগ: বানত ক্ষয়-ক্ষতিৰ প্ৰস্তাৱৰ অনুমোদনৰ বাবে আমিনগাঁৱত উপায়ুক্ত অফিচত কামৰূপ জিলা দুৰ্যোগ প্ৰধিকৰণৰ দ্বিতীয়খন বৈঠক
উত্তৰ গুৱাহাটী ভাগ: এজন পুৰুষে যুৱতীৰ অশ্লীল ফটো ভাইৰেল কৰা লৈ উত্তৰ গুৱাহাটী আৰক্ষী থানাত এজাহাৰ দাখিল,আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ
উত্তৰ গুৱাহাটী ভাগ: পানীপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত পৰিল তীব্ৰবেগী AS 01 DQ 8676 নম্বৰৰ চাৰিচকীয়া বাহন, আহত দুজন